'I love you' 9 ধৰণে ক'ব পাৰি:
(মই তোমাক ভাল পাওঁ বুলি ৯ ধৰণেৰে কব পাৰি)
1. I really like you and you are the best thing that has ever happened to me.
(মই তোমাক বহুত ভাল পাওঁ আৰু তুমিয়েই মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ প্ৰাপ্তি)
2. You are adorable and I love you!
(তুমি বহুত আদৰৰ আৰু মই তোমাক ভাল পাওঁ!)
3. I cannot stop thinking about you.
( মই তোমাৰ কথা নভবাকৈ থাকিব নোৱাৰোঁ.)
4. I keep falling in love with you!
(মই বাৰে বাৰে তোমাৰ প্ৰেমত পৰোঁ!)
5. My love for you is unconditional and eternal.
(তোমাৰ প্ৰতি মোৰ প্ৰেম চৰ্তবিহীন আৰু শাশ্বত.)
6. I adore you!
(মই আপোনাক সন্মান কৰোঁ!)
7. You are the love of my life!
(তুমি মোৰ জীৱনৰ প্ৰেম!)
8. You have made me a better person, I will always need you by my side.
(তুমি মোক এজন ভাল মানুহ কৰিলা,তোমাক মোৰ কাষত মই সদায় বিচাৰোঁ.)
9. I want to spend my whole life with you!
(মই গোটেই জীৱন তোমাৰ লগত অতিবাহিত কৰিব বিচাৰোঁ!)
Comments
Post a Comment